Surah Al-Haaqqah ( The Inevitable ) - Aya 11

Surah Al-Haaqqah ( The Inevitable ) - অসমীয়া - Aya 11 Aya count 52

إِنَّا لَمَّا طَغَا ٱلْمَآءُ حَمَلْنَٰكُمْ فِى ٱلْجَارِيَةِ ﴿١١﴾
যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ।
Share