Surah Al-Haaqqah ( The Inevitable ) - Aya 10

Surah Al-Haaqqah ( The Inevitable ) - অসমীয়া - Aya 10 Aya count 52

فَعَصَوْا۟ رَسُولَ رَبِّهِمْ فَأَخَذَهُمْ أَخْذَةًۭ رَّابِيَةً ﴿١٠﴾
আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।
Share