Surah Al-Waqi'ah ( The Event ) - Aya 65

Surah Al-Waqi'ah ( The Event ) - অসমীয়া - Aya 65 Aya count 96

لَوْ نَشَآءُ لَجَعَلْنَٰهُ حُطَٰمًۭا فَظَلْتُمْ تَفَكَّهُونَ ﴿٦٥﴾
আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
Share