Surah Az-Zukhruf ( The Gold Adornment ) - Aya 6

Surah Az-Zukhruf ( The Gold Adornment ) - অসমীয়া - Aya 6 Aya count 89

وَكَمْ أَرْسَلْنَا مِن نَّبِىٍّۢ فِى ٱلْأَوَّلِينَ ﴿٦﴾
আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰলৈ আমি বহুতো নবী প্ৰেৰণ কৰিছিলোঁ।
Share