Surah Fussilat ( Explained in Detail ) - Aya 7

Surah Fussilat ( Explained in Detail ) - অসমীয়া - Aya 7 Aya count 54

ٱلَّذِينَ لَا يُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْءَاخِرَةِ هُمْ كَٰفِرُونَ ﴿٧﴾
যিসকলে যাকাত প্ৰদান নকৰে, আৰু সিহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।
Share