Surah As-Saaffat ( Those Ranges in Ranks ) - Aya 114

Surah As-Saaffat ( Those Ranges in Ranks ) - অসমীয়া - Aya 114 Aya count 182

وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَٰرُونَ ﴿١١٤﴾
আৰু নিশ্চয় আমি অনুগ্ৰহ কৰিছিলোঁ মূছা আৰু হাৰূনৰ প্ৰতি,
Share