Surah Al-Imran ( The Famiy of Imran ) - Aya 34

Surah Al-Imran ( The Famiy of Imran ) - অসমীয়া - Aya 34 Aya count 200

ذُرِّيَّةًۢ بَعْضُهَا مِنۢ بَعْضٍۢ ۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ ﴿٣٤﴾
তেওঁলোক হৈছে ইজনে সিজনৰ বংশধৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Share