Surah Al-Mu'minoon ( The Believers ) - Aya 90

Surah Al-Mu'minoon ( The Believers ) - অসমীয়া - Aya 90 Aya count 118

بَلْ أَتَيْنَٰهُم بِٱلْحَقِّ وَإِنَّهُمْ لَكَٰذِبُونَ ﴿٩٠﴾
বৰং আমি সিহঁতৰ ওচৰলৈ সত্য আনিছোঁ; নিশ্চয় সিহঁত মিছলীয়া।
Share