Surah Al-Isra ( The Night Journey ) - Aya 9

Surah Al-Isra ( The Night Journey ) - অসমীয়া - Aya 9 Aya count 111

إِنَّ هَٰذَا ٱلْقُرْءَانَ يَهْدِى لِلَّتِى هِىَ أَقْوَمُ وَيُبَشِّرُ ٱلْمُؤْمِنِينَ ٱلَّذِينَ يَعْمَلُونَ ٱلصَّٰلِحَٰتِ أَنَّ لَهُمْ أَجْرًۭا كَبِيرًۭا ﴿٩﴾
নিশ্চয় এই কোৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো পথ আক্বৱাম (সৰল, সুদৃঢ়), আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ।
Share