Surah Al-Isra ( The Night Journey ) - Aya 111
Surah Al-Isra ( The Night Journey ) - অসমীয়া - Aya 111 Aya count 111
وَقُلِ ٱلْحَمْدُ لِلَّهِ ٱلَّذِى لَمْ يَتَّخِذْ وَلَدًۭا وَلَمْ يَكُن لَّهُۥ شَرِيكٌۭ فِى ٱلْمُلْكِ وَلَمْ يَكُن لَّهُۥ وَلِىٌّۭ مِّنَ ٱلذُّلِّ ۖ وَكَبِّرْهُ تَكْبِيرًۢا ﴿١١١﴾
আৰু কোৱা, ‘সকলো প্ৰশংসা কেৱল আল্লাহৰেই, যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰো নাই, লগতে তেওঁ দুৰ্দশাগ্ৰস্থও নহয় যে, তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ’ব, সেয়ে তুমি স-সম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা’।