Surah Al-Isra ( The Night Journey ) - Aya 109

Surah Al-Isra ( The Night Journey ) - অসমীয়া - Aya 109 Aya count 111

وَيَخِرُّونَ لِلْأَذْقَانِ يَبْكُونَ وَيَزِيدُهُمْ خُشُوعًۭا ۩ ﴿١٠٩﴾
‘আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে (ছাজদাত) পৰি যায়, লগতে ই তেওঁলোকৰ বিনয় আৰু অধিক বৃদ্ধি কৰে’। (ছাজদাহ ৪)
Share